የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
43 : 77

كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔا بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟

আৰু তেওঁলোকক কোৱা হবঃ উত্তম আৰু পৱিত্ৰ বস্তু খাই থাকা লগতে বিশুদ্ধ পানীয় পান কৰি থাকা যিটো প্ৰত্যেক অপছন্দনীয়ৰ পৰা পবিত্ৰ। এয়া দৰাচলতে সেই সত্কৰ্মসমূহৰ প্ৰতিফল যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• رعاية الله للإنسان في بطن أمه.
আল্লাহে মানুহক তাৰ মাকৰ গৰ্ভতো পৰিপূৰ্ণ লক্ষ্য ৰাখে। info

• اتساع الأرض لمن عليها من الأحياء، ولمن فيها من الأموات.
পৃথিৱীয়ে সকলো জীৱিত আৰু মৃতক আৱৰি ৰাখিছে। info

• خطورة التكذيب بآيات الله والوعيد الشديد لمن فعل ذلك.
আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰাৰ ক্ষতি আৰু তেনেকুৱা লোকৰ বাবে আল্লাহৰ কঠোৰ সতৰ্কবাণী। info