የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
21 : 74

ثُمَّ نَظَرَ ۟ۙ

তাৰ পিছত সি পুনৰ বিচাৰ কৰিলে। আৰু সি কোৱা কথাবোৰ ভাৱি চিন্তি চালে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خطورة الكبر حيث صرف الوليد بن المغيرة عن الإيمان بعدما تبين له الحق.
অহংকাৰৰ ক্ষতি, কিয়নো অহংকাৰেই অলীদ বিন মুগীৰাৰ আগত সত্য স্পষ্ট হোৱাৰ পিছতো তাক ইমানৰ পৰা বাধা দিছিল। info

• مسؤولية الإنسان عن أعماله في الدنيا والآخرة.
মানুহক পৃথিৱী আৰু পৰকাল উভয় ঠাইতে তাৰ কৰ্মসমূহৰ বিষয়ে সোধা হ'ব। info

• عدم إطعام المحتاج سبب من أسباب دخول النار.
দুখীয়াক খাদ্য দান নকৰাটোও জাহান্নামত প্ৰৱেশ কৰাৰ এটা অন্যতম কাৰণ। info