የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
16 : 72

وَّاَنْ لَّوِ اسْتَقَامُوْا عَلَی الطَّرِیْقَةِ لَاَسْقَیْنٰهُمْ مَّآءً غَدَقًا ۟ۙ

যিদৰে তেওঁৰ ওচৰলৈ অহী প্ৰেৰণ কৰা হৈছে যে, জিনৰ এটা দলে কোৰআন শুনিছে, তেনেদৰে এয়াও অহী প্ৰেৰণ কৰা হৈছে যে, যদি জিন আৰু মানৱে ইছলামৰ পথ অৱলম্বন কৰিলেহেঁতেন আৰু তাৰ প্ৰতি আমল কৰিলেহেঁতেন তেন্তে আমি সিহঁতক প্ৰচুৰ পৰিমাণ পানী পান কৰালোহেঁতেন আৰু বিভিন্ন প্ৰকাৰৰ অনুগ্ৰহেৰে উপকৃত হোৱাৰ অৱকাশ দিলোহেঁতেন। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الجَوْر سبب في دخول النار.
অন্যায়- অত্যাচাৰ জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ। info

• أهمية الاستقامة في تحصيل المقاصد الحسنة.
উত্তম লক্ষ্যত উপনীত হবলৈ অবিচল থকাৰ গুৰুত্ব। info

• حُفِظ الوحي من عبث الشياطين.
চয়তানৰ চক্ৰান্তৰ পৰা অহীক সুৰক্ষা প্ৰদান কৰা হৈছে। info