የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
14 : 72

وَّاَنَّا مِنَّا الْمُسْلِمُوْنَ وَمِنَّا الْقٰسِطُوْنَ ؕ— فَمَنْ اَسْلَمَ فَاُولٰٓىِٕكَ تَحَرَّوْا رَشَدًا ۟

আৰু আমাৰ মাজৰ কিছুমান হৈছে মুমিন আৰু আল্লাহৰ আজ্ঞা পালনকাৰী। আৰু কিছুমান হৈছে সত্যৰ পৰা দূৰত্ব অৱলম্বনকাৰী। গতিকে যিয়ে আল্লাহৰ আগত নত হৈ তেওঁৰ আদেশ পালন কৰিব আৰু সত্কৰ্ম কৰিব, সিহঁতেই হিদায়ত আৰু সঠিক পথৰ পথাচাৰী। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الجَوْر سبب في دخول النار.
অন্যায়- অত্যাচাৰ জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ। info

• أهمية الاستقامة في تحصيل المقاصد الحسنة.
উত্তম লক্ষ্যত উপনীত হবলৈ অবিচল থকাৰ গুৰুত্ব। info

• حُفِظ الوحي من عبث الشياطين.
চয়তানৰ চক্ৰান্তৰ পৰা অহীক সুৰক্ষা প্ৰদান কৰা হৈছে। info