የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
13 : 7

قَالَ فَاهْبِطْ مِنْهَا فَمَا یَكُوْنُ لَكَ اَنْ تَتَكَبَّرَ فِیْهَا فَاخْرُجْ اِنَّكَ مِنَ الصّٰغِرِیْنَ ۟

আল্লাহে তাক ক'লেঃ জান্নাতৰ পৰা আঁতৰ হোৱা। তুমি ইয়াত অহংকাৰ কৰিব নোৱাৰা, কিয়নো এইটো উত্তম তথা পৱিত্ৰ লোক সকলৰ বাসস্থান। তুমি ইয়াত থকাটো সমীচীন নহয়। হে ইবলীছ! তুমি হৈছা ঘৃণাৰ পাত্ৰ অতিকৈ নিকৃষ্ট। যদিও তুমি নিজকে আদমতকৈ উত্তম বুলি ভবা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• دلّت الآيات على أن من عصى مولاه فهو ذليل.
এই আয়াতবোৰৰ দ্বাৰা বুজা গ'ল যে, যিয়ে আল্লাহৰ অবাধ্যতা কৰিব, সি লাঞ্ছিত হ'ব। info

• أعلن الشيطان عداوته لبني آدم، وتوعد أن يصدهم عن الصراط المستقيم بكل أنواع الوسائل والأساليب.
চয়তানে আদম সন্তানৰ লগত নিজৰ শত্ৰুতা ঘোষণা কৰিছে, আৰু সিহঁতক পোন পথৰ পৰা বিৰত ৰাখিবলৈ সকলো প্ৰকাৰ উপায় অৱলম্বন কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। info

• خطورة المعصية وأنها سبب لعقوبات الله الدنيوية والأخروية.
গুনাহৰ ভয়াৱহতা, আৰু গুনাহ হৈছে পৃথিৱী আৰু আখিৰাতত শাস্তি পোৱাৰ কাৰণ। info