የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
2 : 66

قَدْ فَرَضَ اللّٰهُ لَكُمْ تَحِلَّةَ اَیْمَانِكُمْ ۚ— وَاللّٰهُ مَوْلٰىكُمْ ۚ— وَهُوَ الْعَلِیْمُ الْحَكِیْمُ ۟

আল্লাহে তোমালোকৰ বাবে প্ৰায়শ্চিত্যৰ জৰিয়তে শপতৰ পৰা ওলোৱাৰ উপায় কৰি দিছে, যদি তোমালোকে সেইটোতকৈ উত্তম বস্তু পোৱা অথবা শপত ভাঙিব বিচৰা। আল্লাহেই তোমালোকৰ সহায়ক। তেওঁ তোমালোকৰ অৱস্থা আৰু কল্যাণ সম্পৰ্কে সম্যক অৱগত। চৰীয়ত আৰু ভাগ্য নিৰ্ণয়ত তেওঁ মহাপ্ৰজ্ঞাৱান। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشروعية الكَفَّارة عن اليمين.
শপত ভঙ্গৰ কাফফাৰা দিয়াৰ প্ৰমাণ। info

• بيان منزلة النبي صلى الله عليه وسلم عند ربه ودفاعه عنه.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদা আৰু আল্লাহৰ ফালৰ পৰা তেখেতক ৰক্ষা কৰাৰ বৰ্ণনা। info

• من كرم المصطفى صلى الله عليه وسلم مع زوجاته أنه كان لا يستقصي في العتاب فكان يعرض عن بعض الأخطاء إبقاءً للمودة.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ স্ত্ৰীসকলৰ প্ৰত্যেক ভুলৰ বাবে ভৰ্ৎসনা কৰা নাছিল, বৰং কিছুমান ভুলক আওকাণ কৰিছিল, যাতে পৰস্পৰ প্ৰেম ভাৱ অব্যাহত থাকে। info

• مسؤولية المؤمن عن نفسه وعن أهله.
মুমিন ব্যক্তি তেওঁৰ নিজৰ আৰু পৰিয়ালৰ দায়িত্বশীল। info