የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
8 : 65

وَكَاَیِّنْ مِّنْ قَرْیَةٍ عَتَتْ عَنْ اَمْرِ رَبِّهَا وَرُسُلِهٖ فَحَاسَبْنٰهَا حِسَابًا شَدِیْدًا وَّعَذَّبْنٰهَا عَذَابًا نُّكْرًا ۟

অতীতৰ এনেকুৱা বহুতো জনপদবাসীয়ে নিজ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল আৰু তেওঁৰ ৰাছুলসকলৰ অবাধ্যতা কৰিছিল, তেতিয়া আমি সিহঁতৰ বেয়া কৰ্মৰ কঠিন হিচাপ লৈছিলো, লগতে পৃথিৱী আৰু আখিৰাতত সিহঁতক কঠোৰ শাস্তি বিহিছো। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عدم وجوب الإرضاع على الحامل إذا طلقت.
গৰ্ভৱতী মহিলাক তালাক প্ৰদান কৰিলে, তাইৰ বাবে শিশুক দুগ্ধ পান কৰোৱা বাধ্যতামূলক নহয়। info

• التكليف لا يكون إلا بالمستطاع.
দায়িত্ব কেৱল সেইটোৱে দিব পৰা যায়, যিটো কৰাৰ ক্ষমতা তাৰ আছে। info

• الإيمان بقدرة الله وإحاطة علمه بكل شيء سبب للرضا وسكينة القلب.
আল্লাহৰ পূৰ্ণক্ষমতা আৰু তেওঁৰ অসীম জ্ঞানৰ প্ৰতি ঈমান পোষণে মানুহক সন্তুষ্টি আৰু আন্তৰিক প্ৰশান্তি প্ৰদান কৰে। info