የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
2 : 64

هُوَ الَّذِیْ خَلَقَكُمْ فَمِنْكُمْ كَافِرٌ وَّمِنْكُمْ مُّؤْمِنٌ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟

হে মানৱজাতি! তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজৰ কিছুমানে অস্বীকাৰ কৰিছে, সিহঁতৰ ঠিকনা হৈছে জাহান্নাম। আৰু কিছুমানে ইমান পোষণ কৰিছে, তেওঁলোকৰ ঠিকনা হৈছে জান্নাত। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া। info

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা। info