የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
10 : 64

وَالَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَاۤ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ خٰلِدِیْنَ فِیْهَا ؕ— وَبِئْسَ الْمَصِیْرُ ۟۠

আৰু যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে আৰু আমি আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰা আয়াতসমূহক অস্বীকাৰ কৰিছে, সেইসকল লোকেই জাহান্নামী। তাত সিহঁত চিৰকাল থাকিব আৰু সিহঁতৰ ঠিকনা হৈছে অতি নিকৃষ্ট ঠিকনা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مهمة الرسل التبليغ عن الله، وأما الهداية فهي بيد الله.
ৰাছুলসকলৰ দায়িত্ব হৈছে আল্লাহৰ সংবাদ পৌঁচাই দিয়া। আনহাতে হিদায়তৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। info

• الإيمان بالقدر سبب للطمأنينة والهداية.
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাটো হৈছে সন্তুষ্টি তথা শান্তি লাভৰ উপায়। info

• التكليف في حدود المقدور للمكلَّف.
দায়িত্ব সিমানেই অৰ্পণ কৰা হয়, বান্দাৰ যিমান সহিব পৰা শক্তি আছে। info

• مضاعفة الثواب للمنفق في سبيل الله.
আল্লাহৰ পথত ব্যয়কাৰী ব্যক্তিক অধিক হাৰত চোৱাব প্ৰদান কৰা হয়। info