የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
6 : 63

سَوَآءٌ عَلَیْهِمْ اَسْتَغْفَرْتَ لَهُمْ اَمْ لَمْ تَسْتَغْفِرْ لَهُمْ ؕ— لَنْ یَّغْفِرَ اللّٰهُ لَهُمْ ؕ— اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟

হে ৰাছুল! আপুনি সিহঁতৰ বাবে ক্ষমা বিচৰা আৰু নিবিচৰা উভয়ে সমান। আল্লাহে সিহঁতৰ গুনাহ কেতিয়াও ক্ষমা নকৰিব। আল্লাহে সেই সম্প্ৰদায়ক তাওফীক নিদিয়ে যিসকলে গুনাহৰ ওপৰত অবিচল থাকি আল্লাহৰ আনুগত্যৰ পৰা ওলাই যায়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الإعراض عن النصح والتكبر من صفات المنافقين.
উপদেশৰ পৰা মুখ ঘূৰাই লোৱা আৰু অহংকাৰ কৰা হৈছে মুনাফিকসকলৰ স্বভাৱ। info

• من وسائل أعداء الدين الحصار الاقتصادي للمسلمين.
ইছলামৰ শত্ৰুবিলাকৰ এটা ডাঙৰ অস্ত্ৰ হৈছে মুছলমানসকলক আৰ্থিকভাৱে জৰুলা কৰা। info

• خطر الأموال والأولاد إذا شغلت عن ذكر الله.
সা-সম্পত্তি আৰু সন্তান-সন্ততি হৈছে ক্ষতিকৰ, যদি সেয়া আল্লাহৰ জিকিৰৰ পৰা অমনোযোগী কৰে। info