የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
85 : 6

وَزَكَرِیَّا وَیَحْیٰی وَعِیْسٰی وَاِلْیَاسَ ؕ— كُلٌّ مِّنَ الصّٰلِحِیْنَ ۟ۙ

এইদৰে যাকাৰিয়্যা, এহয়া, ঈছা আৰু ইলিয়াছ আলাইহিমুছ ছালামকো পোন পথত চলাৰ তাওফীক প্ৰদান কৰিছিলো। এই সকলো নবী আল্লাহৰ পূণ্যৱান বান্দা আছিল, যিসকলক আল্লাহে ৰাছুল হিচাপে নিৰ্বাচিত কৰিছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من فضائل التوحيد أنه يضمن الأمن للعبد، خاصة في الآخرة حين يفزع الناس.
তাওহীদৰ এটা অন্যতম বৈশিষ্ট্য এই যে, তাওহীদে মানুহক নিৰাপত্তাৰ গেৰান্টী দিয়ে, বিশেষকৈ আখিৰাতত, যেতিয়া সকলোৱে ভীত-সন্ত্ৰস্ত হৈ থাকিব। info

• تُقَرِّر الآيات أن جميع من سبق من الأنبياء إنما بَلَّغوا دعوتهم بتوفيق الله تعالى لا بقدرتهم.
এই আয়াতসমূহৰ দ্বাৰা প্ৰমাণিত হয় যে, পূৰ্বৱৰ্তী নবী সকলে তেওঁলোকৰ দাৱাত কেৱল আল্লাহৰ তাওফীকতহে পৌঁচাবলৈ সক্ষম হৈছিল, নিজৰ সামৰ্থত নহয়। info

• الأنبياء يشتركون جميعًا في الدعوة إلى توحيد الله تعالى مع اختلاف بينهم في تفاصيل التشريع.
নবীসকলৰ চৰীয়তৰ পদ্ধতি যদিও বেলেগ বেলেগ আছিল কিন্তু তেওঁলোক সকলোৱে এক আল্লাহৰ তাওহীদৰ পিনেই মানুহক আহ্বান কৰিছিল। info

• الاقتداء بالأنبياء سنة محمودة، وخاصة في أصول التوحيد.
নবীসকলৰ অনুসৰণ এক প্ৰশংসনীয় বৈশিষ্ট্য, বিশেষকৈ তাওহীদৰ মৌলিক বিষয়বোৰত। info