የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
76 : 6

فَلَمَّا جَنَّ عَلَیْهِ الَّیْلُ رَاٰ كَوْكَبًا ۚ— قَالَ هٰذَا رَبِّیْ ۚ— فَلَمَّاۤ اَفَلَ قَالَ لَاۤ اُحِبُّ الْاٰفِلِیْنَ ۟

যেতিয়া ৰাতি হ'ল, তেওঁ এটা তৰা দেখি ক'লেঃ এইটোৱে মোৰ ৰব্ব, কিন্তু যেতিয়া তৰাটো অদৃশ্য হৈ গ'ল, তেতিয়া ক'লেঃ যিটো অদৃশ্য হৈ যায় সেইটোক মই পছন্দ নকৰো। কিয়নো সত্য উপাস্য কেতিয়াও অদৃশ্য নহয় বৰং সদায় উপস্থিত থাকে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الاستدلال على الربوبية بالنظر في المخلوقات منهج قرآني.
সৃষ্টিৰ ওপৰত গৱেষণাৰ জৰিয়তে ৰূবুবিয়্যাতৰ প্ৰমাণ উদ্ঘাটন কৰা কোৰআনৰ এটা বিশেষ শৈলী। info

• الدلائل العقلية الصريحة توصل إلى ربوبية الله.
মানুহৰ সুস্থ বিবেকেও এই কথাই প্ৰমাণ কৰে যে, আল্লাহেই এই বিশ্বজগতৰ প্ৰতিপালক। info