የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
75 : 6

وَكَذٰلِكَ نُرِیْۤ اِبْرٰهِیْمَ مَلَكُوْتَ السَّمٰوٰتِ وَالْاَرْضِ وَلِیَكُوْنَ مِنَ الْمُوْقِنِیْنَ ۟

যিদৰে আমি তেওঁক তেওঁৰ পিতা তথা তেওঁৰ জাতিৰ পথভ্ৰষ্টতা দেখুৱাইছো, ঠিক সেইদৰে আমি তেওঁক আকাশ তথা পৃথিৱীৰ বিশাল ৰাজত্ব দেখুৱাইছো, যাতে তেওঁ বুজি পায় যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য। লগতে যাতে পতিয়ন যায় যে, আল্লাহ একক, তেওঁৰ কোনো অংশীদাৰ নাই আৰু তেওঁ সকলো বস্তু ওপৰত ক্ষমতাৱান। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الاستدلال على الربوبية بالنظر في المخلوقات منهج قرآني.
সৃষ্টিৰ ওপৰত গৱেষণাৰ জৰিয়তে ৰূবুবিয়্যাতৰ প্ৰমাণ উদ্ঘাটন কৰা কোৰআনৰ এটা বিশেষ শৈলী। info

• الدلائل العقلية الصريحة توصل إلى ربوبية الله.
মানুহৰ সুস্থ বিবেকেও এই কথাই প্ৰমাণ কৰে যে, আল্লাহেই এই বিশ্বজগতৰ প্ৰতিপালক। info