የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
131 : 6

ذٰلِكَ اَنْ لَّمْ یَكُنْ رَّبُّكَ مُهْلِكَ الْقُرٰی بِظُلْمٍ وَّاَهْلُهَا غٰفِلُوْنَ ۟

মানৱ আৰু জিন জাতিৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰি এই কাৰণে প্ৰমাণ সাব্যস্ত কৰা হৈছে যে, কোনো ব্যক্তিক যাতে এই অৱস্থাত শাস্তি দিয়া নহয় যে তাৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰা হোৱা নাছিল আৰু তাৰ ওচৰত দ্বীন পৌঁচা নাছিল। আমি প্ৰত্যেক উম্মতকেই সিহঁতৰ ওচৰত ৰাছুল প্ৰেৰণ কৰাৰ পিছতহে শাস্তি প্ৰদান কৰো। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تفاوت مراتب الخلق في أعمال المعاصي والطاعات يوجب تفاوت مراتبهم في درجات العقاب والثواب.
যিদৰে গুনাহ আৰু নেকীৰ ক্ষেত্ৰত মানুহৰ বেলেগ বেলেগ শ্ৰেণী থাকে, ঠিক সেইদৰে শাস্তি আৰু ছোৱাবৰ ক্ষেত্ৰতো বেলেগ বেলেগ শ্ৰেণী হ'ব। info

• اتباع الشيطان موجب لانحراف الفطرة حتى تصل لاستحسان القبيح مثل قتل الأولاد ومساواة أصنامهم بالله سبحانه وتعالى.
চয়তানৰ অনুসৰণৰ ফলত মানুহৰ স্বভাৱ বিকৃত হয়। অৱশেষত বেয়া বস্তুও তাৰ দৃষ্টিত ভাল দেখা পোৱা যায়, যেনে সন্তান হত্যা কৰা আৰু মূৰ্তিবিলাকক আল্লাহৰ সমকক্ষ স্থিৰ কৰা। info