የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
12 : 59

لَىِٕنْ اُخْرِجُوْا لَا یَخْرُجُوْنَ مَعَهُمْ ۚ— وَلَىِٕنْ قُوْتِلُوْا لَا یَنْصُرُوْنَهُمْ ۚ— وَلَىِٕنْ نَّصَرُوْهُمْ لَیُوَلُّنَّ الْاَدْبَارَ ۫— ثُمَّ لَا یُنْصَرُوْنَ ۟

যদি মুছলিমসকলে ইহুদীসকলক বহিষ্কাৰ কৰে তেন্তে সিহঁতে সিহঁতৰ লগত কেতিয়াও ওলাই নাযাব। আৰু যদি মুছলিমসকলে সিহঁতৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে সিহঁতক কেতিয়াও সহায় নকৰিব। আনহাতে সিহঁতে যদি সহায় কৰেও তেন্তে যুদ্ধৰ সময়ত পলায়ন কৰিব। ইয়াৰ পিছত মুনাফিকসকলক আৰু সহায় কৰা নহ'ব। বৰং আল্লাহে সিহঁতক অপমানিত কৰিব আৰু লাঞ্ছিত কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• رابطة الإيمان لا تتأثر بتطاول الزمان وتغير المكان.
স্থান পৰিবৰ্তন অথবা সময়ৰ দৈৰ্ঘতাই ঈমানৰ সম্পৰ্কত প্ৰভাৱ নেপেলায়। info

• صداقة المنافقين لليهود وغيرهم صداقة وهمية تتلاشى عند الشدائد.
মুনাফিকসকলৰ ইহুদীসকলৰ লগত বন্ধুত্ব হৈছে আভুৱা ভৰা প্ৰৱঞ্চনা, যিটো বিপদৰ পলাই পত্ৰং দিয়ে। info

• اليهود جبناء لا يواجهون في القتال، ولو قاتلوا فإنهم يتحصنون بِقُرَاهم وأسلحتهم.
প্ৰকৃততে ইয়াহুদীসকল হৈছে কাপুৰুষ। মুখা-মুখি যুদ্ধ কৰিবলৈ সিহঁতৰ সাহস নাই। আনহাতে যদি যু্দ্ধ কৰেও তেন্তে অস্ত্ৰ সস্ত্ৰলৈ দুৰ্গৰ ভিতৰৰ পৰা কৰিব পাৰে। info