የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
17 : 58

لَنْ تُغْنِیَ عَنْهُمْ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ مِّنَ اللّٰهِ شَیْـًٔا ؕ— اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ؕ— هُمْ فِیْهَا خٰلِدُوْنَ ۟

সিহঁতৰ ধন-সম্পত্তি আৰু সিহঁতৰ সন্তান আল্লাহৰ ওচৰত কোনো কামত নাহিব। সিহঁতেই জাহান্নামী। সিহঁতে তাৰ ভিতৰত প্ৰৱেশ কৰিব আৰু চিৰদিন থাকিব। সিহঁতৰ শাস্তিৰ ধাৰাবাহিকতা কেতিয়াও বিচ্ছিন্ন নহ'ব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لطف الله بنبيه صلى الله عليه وسلم؛ حيث أدَّب صحابته بعدم المشقَّة عليه بكثرة المناجاة.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দয়া কৰি তেওঁৰ ছাহাবীসকলক শিকাইছে যে, অধিক কানাফুছি কৰি তেওঁক বিৰক্ত নকৰিবা। info

• ولاية اليهود من شأن المنافقين.
ইহুদীসকলৰ সৈতে বন্ধুত্ব ৰখা মুনাফিকসকলৰ কাম। info

• خسران أهل الكفر وغلبة أهل الإيمان سُنَّة إلهية قد تتأخر، لكنها لا تتخلف.
কাফিৰসকল ক্ষতিৰ সন্মুখীন হোৱা আৰু মুমিনসকলৰ প্ৰভুত্ব প্ৰতিষ্ঠা হোৱাটো আল্লাহৰ এটা অন্যতম ৰীতি। যদিও পলম হ'ব পাৰে কিন্তু অন্ধকাৰ নহয়। info