የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
7 : 57

اٰمِنُوْا بِاللّٰهِ وَرَسُوْلِهٖ وَاَنْفِقُوْا مِمَّا جَعَلَكُمْ مُّسْتَخْلَفِیْنَ فِیْهِ ؕ— فَالَّذِیْنَ اٰمَنُوْا مِنْكُمْ وَاَنْفَقُوْا لَهُمْ اَجْرٌ كَبِیْرٌ ۟

তোমালোকে আল্লাহৰ ওপৰত ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছুলৰ ওপৰত ঈমান পোষণ কৰা। আল্লাহে তোমালোকক যিবোৰ সম্পদৰ প্ৰতিনিধি বনাইছে সেইবোৰ তোমালোকে তেওঁৰ বিধান অনুযায়ী ব্যয় কৰা। দৰাচলতে তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ ওপৰত ঈমান আনিছে আৰু নিজৰ সম্পদ আল্লাহৰ পথত ব্যয় কৰিছে তেওঁলোকৰ বাবে তেওঁৰ ওচৰত আছে মহা প্ৰতিদান তথা জান্নাত। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المال مال الله، والإنسان مُسْتَخْلَف فيه.
সম্পদ হৈছে আল্লাহৰ। মানুহ হৈছে কেৱল ইয়াৰ উত্তৰাধিকাৰী। info

• تفاوت درجات المؤمنين بحسب السبق إلى الإيمان وأعمال البر.
ঈমান আৰু সৎকৰ্মৰ প্ৰতি অগ্ৰসৰ অনুসৰি মুমিনসকলৰ স্তৰসমূহৰ মাজত ব্যৱধান আছে। info

• الإنفاق في سبيل الله سبب في بركة المال ونمائه.
আল্লাহৰ পথত ব্যয় কৰিলে সম্পদ বৃদ্ধি পায় তথা বৰকত হয়। info