የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
6 : 57

یُوْلِجُ الَّیْلَ فِی النَّهَارِ وَیُوْلِجُ النَّهَارَ فِی الَّیْلِ ؕ— وَهُوَ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟

তেৱেঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায়। ফলত অন্ধকাৰ নামি আহে আৰু মানুহে টোপনিত যায়। এইদৰে তেওঁ দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়, ফলত পোহৰে বিস্তাৰ লাভ কৰে আৰু মানুহে নিজৰ নিজৰ কামত গুচি যায়। বান্দাসকলৰ অন্তৰত যি আছে সেই বিষয়ে তেওঁ সৰ্বজ্ঞ। তেওঁৰ ওচৰত গোপন বোলা একো নাই। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المال مال الله، والإنسان مُسْتَخْلَف فيه.
সম্পদ হৈছে আল্লাহৰ। মানুহ হৈছে কেৱল ইয়াৰ উত্তৰাধিকাৰী। info

• تفاوت درجات المؤمنين بحسب السبق إلى الإيمان وأعمال البر.
ঈমান আৰু সৎকৰ্মৰ প্ৰতি অগ্ৰসৰ অনুসৰি মুমিনসকলৰ স্তৰসমূহৰ মাজত ব্যৱধান আছে। info

• الإنفاق في سبيل الله سبب في بركة المال ونمائه.
আল্লাহৰ পথত ব্যয় কৰিলে সম্পদ বৃদ্ধি পায় তথা বৰকত হয়। info