የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
22 : 57

مَاۤ اَصَابَ مِنْ مُّصِیْبَةٍ فِی الْاَرْضِ وَلَا فِیْۤ اَنْفُسِكُمْ اِلَّا فِیْ كِتٰبٍ مِّنْ قَبْلِ اَنْ نَّبْرَاَهَا ؕ— اِنَّ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرٌ ۟ۙ

পৃথিৱীত খৰালীসহ অন্যান্য যিমানবোৰ বিপৰ্যয় সংঘটিত হয় অথবা নিজৰ মাজত যিবোৰ বিপদ-আপদ আহে, সেইবোৰ সৃষ্টিৰ পূৰ্বে লাওহে মাহফুজত সংৰক্ষিত আছিল। নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الزهد في الدنيا وما فيها من شهوات، والترغيب في الآخرة وما فيها من نعيم دائم يُعينان على سلوك الصراط المستقيم.
পৃথিৱী আৰু ইয়াৰ মাজত থকা প্ৰলোভনীয় বস্তুৰ পৰা বিৰাগী হৈ আখিৰাত আৰু তাত থকা স্থায়ী নিআমতৰ প্ৰতি অনুৰাগী হ’লে সৰল পথ অনুসৰণত সহায়ক হয়। info

• وجوب الإيمان بالقدر.
ভাগ্যলিপিৰ প্ৰতি ঈমান পোষণ কৰা অপৰিহার্য। info

• من فوائد الإيمان بالقدر عدم الحزن على ما فات من حظوظ الدنيا.
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাৰ অন্যতম এটা উপকাৰ হৈছে এই যে, পাৰ্থিৱ জীৱনৰ কোনো সুবিধা লাভ কৰিব নোৱাৰিলে চিন্তাই গা কৰি নলয়। info

• البخل والأمر به خصلتان ذميمتان لا يتصف بهما المؤمن.
কৃপণালী কৰা আৰু এই বিষয়ে মানুহক নির্দেশ প্ৰদান কৰা, দুয়োটাই নিন্দনীয় স্বভাৱ। এই দুয়োটা স্বভাৱ কেতিয়াও মুমিনৰ হ’ব নোৱাৰে। info