የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
27 : 54

اِنَّا مُرْسِلُوا النَّاقَةِ فِتْنَةً لَّهُمْ فَارْتَقِبْهُمْ وَاصْطَبِرْ ۟ؗ

নিশ্চয় আমি সিহঁতক পৰীক্ষা কৰিবলৈ শিলৰ পৰা উট উলিয়াই আনিম। গতিকে হে ছলেহ! আপুনি অপেক্ষা কৰক। আৰু চাই থাকক, সিহঁতে কি কৰে আৰু সিহঁতৰ লগত কি আচৰণ কৰা হয়। লগতে সিহঁতে দিয়া কষ্টত আপুনি ধৈৰ্য্য ধাৰণ কৰক। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشروعية الدعاء على الكافر المصرّ على كفره.
কুফৰীৰ ওপৰত অবিচল থকা কাফিৰৰ প্ৰতি বদ দু‘আ কৰা বৈধ। info

• إهلاك المكذبين وإنجاء المؤمنين سُنَّة إلهية.
অস্বীকাৰকাৰীসকলক ধ্বংস কৰা আৰু মুমিনসকলক ৰক্ষা কৰা আল্লাহৰ অমিয় নিয়ম। info

• تيسير القرآن للحفظ وللتذكر والاتعاظ.
মুখস্থ কৰিবলৈ, শিক্ষা আৰু উপদেশ গ্ৰহণ কৰিবলৈ কোৰআনক অতি সহজ কৰি দিয়া হৈছে। info