የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
14 : 54

تَجْرِیْ بِاَعْیُنِنَا جَزَآءً لِّمَنْ كَانَ كُفِرَ ۟

সেই নাও মোৰ চকুৰ সন্মুখত তথা মোৰ প্ৰত্যক্ষ তত্ত্বাৱধানত পানীৰ উত্তাল তৰঙ্গমালাৰ ওপৰেৰে গতি কৰিছিল। এয়া আছিল নূহ আলাইহিচ্ছালামক সহায় কৰাৰ নিমিত্তে, কাৰণ তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিছিল, আৰু তেওঁ সিহঁতৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছিল, তাক সিহঁতে অস্বীকাৰ কৰিছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشروعية الدعاء على الكافر المصرّ على كفره.
কুফৰীৰ ওপৰত অবিচল থকা কাফিৰৰ প্ৰতি বদ দু‘আ কৰা বৈধ। info

• إهلاك المكذبين وإنجاء المؤمنين سُنَّة إلهية.
অস্বীকাৰকাৰীসকলক ধ্বংস কৰা আৰু মুমিনসকলক ৰক্ষা কৰা আল্লাহৰ অমিয় নিয়ম। info

• تيسير القرآن للحفظ وللتذكر والاتعاظ.
মুখস্থ কৰিবলৈ, শিক্ষা আৰু উপদেশ গ্ৰহণ কৰিবলৈ কোৰআনক অতি সহজ কৰি দিয়া হৈছে। info