የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

আল-ক্বামাৰ

ከመዕራፉ ዓላማዎች:
التذكير بنعمة تيسير القرآن، وما فيه من الآيات والنذر.
এই কথা স্মৰণ কৰোৱা হৈছে যে, কোৰআন সহজ কৰি দিয়া হৈছে আৰু ইয়াৰ মাজত থকা উপদেশ আৰু সতৰ্কবাণী আদিকো বুজিবলৈ সহজ কৰি দিয়া হৈছে। info

external-link copy
1 : 54

اِقْتَرَبَتِ السَّاعَةُ وَانْشَقَّ الْقَمَرُ ۟

কিয়ামত নিকটৱৰ্তী হৈছে, আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত চন্দ্ৰ দ্বিখণ্ডিত হৈছিল। লগতে চন্দ্ৰ দ্বিখণ্ডিত হোৱা বিষয়টো হৈছে বাস্তৱ নিদৰ্শন। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عدم التأثر بالقرآن نذير شؤم.
কোৰআনৰ দ্বাৰা প্ৰভাৱিত নোহোৱা বিষয়টো হৈছে এক প্ৰকাৰ বেয়া সংকেত। info

• خطر اتباع الهوى على النفس في الدنيا والآخرة.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক পৃথিৱী আৰু আখিৰাতত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন কৰায়। info

• عدم الاتعاظ بهلاك الأمم صفة من صفات الكفار.
পূৰ্বৱৰ্তী উম্মতসমূহৰ ধ্বংসৰ পৰা শিক্ষা নোলোৱাটো হৈছে কাফিৰসকলৰ বৈশিষ্ট্য। info