የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
31 : 50

وَاُزْلِفَتِ الْجَنَّةُ لِلْمُتَّقِیْنَ غَیْرَ بَعِیْدٍ ۟

যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, জান্নাতক তেওঁলোকৰ নিকটৱৰ্তী কৰি দিয়া হ'ব। এতেকে তেওঁলোকে অতি ওচৰৰ পৰা জান্নাতৰ নিয়ামতসমূহ প্ৰত্যক্ষ কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• علم الله بما يخطر في النفوس من خير وشر.
মানুহৰ অন্তৰত উদ্ভৱ হোৱা ভাল-বেয়া ধাৰণা সম্পৰ্কেও আল্লাহ অৱগত। info

• خطورة الغفلة عن الدار الآخرة.
আখিৰাতৰ পৰা অমনোযোগিতা হৈছে অতি ভয়াৱহ। info

• ثبوت صفة العدل لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘ন্যায়’ সম্পৰ্কে প্ৰমাণ পোৱা গ’ল। info