የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
62 : 5

وَتَرٰی كَثِیْرًا مِّنْهُمْ یُسَارِعُوْنَ فِی الْاِثْمِ وَالْعُدْوَانِ وَاَكْلِهِمُ السُّحْتَ ؕ— لَبِئْسَ مَا كَانُوْا یَعْمَلُوْنَ ۟

হে ৰাছুল! আপুনি বহুতো ইয়াহুদী আৰু মুনাফিকক দেখিবলৈ পাব যে, সিহঁত গুনাহৰ কৰ্মত আগভাগ লয়, যেনেঃ মিছা কথা কোৱা, আনৰ ওপৰত অত্যাচাৰ কৰা আৰু মানুহৰ সম্পদ অবৈধ ভাৱে ভক্ষণ কৰা। সিহঁতৰ কৰ্ম অত্যন্ত নিকৃষ্ট। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ذمُّ العالم على سكوته عن معاصي قومه وعدم بيانه لمنكراتهم وتحذيرهم منها.
নিজ সম্প্ৰদায়ক পাপ কৰ্মত লিপ্ত দেখাৰ পিছতো মৌনতা অৱলম্বন কৰা তথা সিহঁতক সাৱধান নকৰা আলিমক নিন্দা কৰা হৈছে। info

• سوء أدب اليهود مع الله تعالى، وذلك لأنهم وصفوه سبحانه بأنه مغلول اليد، حابس للخير.
আল্লাহৰ লগত ইয়াহুদীসকলৰ অসভ্য আচৰণ। কিয়নো সিহঁতে আল্লাহ সম্পৰ্কে কৈছিল যে, তেওঁৰ হাত বান্ধা অৱস্থাত আছে আৰু তেওঁ কল্যাণ কৰ্ম নকৰে। info

• إثبات صفة اليدين، على وجه يليق بذاته وجلاله وعظيم سلطانه.
আল্লাহৰ যে হাত দুখন তাৰ প্ৰমাণ পোৱা গল। কিন্তু তেওঁৰ হাত তেনেকুৱাই, যেনেকুৱা তেওঁৰ ব্যক্তিত্ব, প্ৰতাপ তথা অসীম প্ৰভূত্বৰ বাবে উপযুক্ত। info

• الإشارة لما وقع فيه بعض طوائف اليهود من الشقاق والاختلاف والعداوة بينهم نتيجة لكفرهم وميلهم عن الحق.
ইয়াহুদীসকলৰ কিছুমান গোত্ৰ কুফিৰীত লিপ্ত হোৱাৰ ফলত তথা সত্যৰ পৰা আঁতৰি যোৱাৰ কাৰণে সিহঁতৰ মাজত শত্ৰুতা আৰু মতভেদ সৃষ্টি হৈছিল, সেই পিনে ইঙ্গিত দিয়া হৈছে। info