የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
50 : 5

اَفَحُكْمَ الْجَاهِلِیَّةِ یَبْغُوْنَ ؕ— وَمَنْ اَحْسَنُ مِنَ اللّٰهِ حُكْمًا لِّقَوْمٍ یُّوْقِنُوْنَ ۟۠

সিহঁতে আপোনাৰ বিচাৰ এৰি জাহিলিয়্যাতৰ (অজ্ঞতা যুগৰ) মীমাংসা বিচাৰে নেকি, যিসকলে মূৰ্তি পূজা কৰিছিল আৰু নিজৰ প্ৰবৃত্তি অনুসাৰে ফয়চালা কৰিছিল? এতেকে যিসকলে আল্লাহৰ সেইসমূহ বাণীৰ প্ৰতি বিশ্বাস পোষণ কৰে, যিবোৰ তেওঁ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰিছে, তথা সেইবোৰ বুজিও পায়, তেওঁলোকৰ দৃষ্টিত আল্লাহৰ ফয়চালাতকৈ আন কোনো ফয়চালা উত্তম হ'বই নোৱাৰে। কিন্তু যিসকল মুৰ্খ তথা নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সিহঁতে কেৱল সেইটোৰেই অনুসৰণ কৰে যিটো সিহঁতৰ প্ৰবৃত্তিৰ অনুকূল, যদিও সেয়া বাতিলেই নহওঁক কিয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الأنبياء متفقون في أصول الدين مع وجود بعض الفروق بين شرائعهم في الفروع.
দ্বীনৰ মূল বিষয়বোৰত সকলো নবী একমত, কিন্তু শাখা-প্ৰশাখাসমূহত কিছু পাৰ্থক্য আছে। info

• وجوب تحكيم شرع الله والإعراض عمّا عداه من الأهواء.
আল্লাহৰ বিধান অনুযায়ী মীমাংসা কৰা তথা প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকা অতি প্ৰয়োজন। info

• ذم التحاكم إلى أحكام أهل الجاهلية وأعرافهم.
অজ্ঞতা যুগৰ নীতি-নিয়ম তথা পৰম্পৰা অনুসাৰে মীমাংসা বিচৰাৰ ঘোৰ নিন্দা কৰা হৈছে। info