የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
2 : 47

وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَاٰمَنُوْا بِمَا نُزِّلَ عَلٰی مُحَمَّدٍ وَّهُوَ الْحَقُّ مِنْ رَّبِّهِمْ ۙ— كَفَّرَ عَنْهُمْ سَیِّاٰتِهِمْ وَاَصْلَحَ بَالَهُمْ ۟

যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, আৰু সৎকৰ্ম কৰিছে, লগতে সেইখন গ্ৰন্থৰ প্ৰতি ঈমান আনিছে যিখন আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদৰ ওপৰত অৱতীৰ্ণ কৰিছে –আৰু সেইখনেই তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য- আল্লাহে তেওঁলোকৰ গুনাহসমূহ মাৰ্জনা কৰি দিব, তেওঁলোকক কোনো ধৰণৰ জবাবদিহি কৰা নহ’ব। তেওঁলোকৰ পাৰ্থিৱ জীৱনৰ আৰু আখিৰাতৰ সকলো বিষয় সংশোধন কৰি দিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• النكاية في العدوّ بالقتل وسيلة مُثْلى لإخضاعه.
কাফিৰসকলক নিয়ন্ত্ৰণ কৰাৰ সৰ্বোত্তম পন্থা হৈছে যুদ্ধক্ষেত্ৰত সিহঁতৰ অধিকাংশ লোকক হত্যা কৰা। info

• المن والفداء والقتل والاسترقاق خيارات في الإسلام للتعامل مع الأسير الكافر، يؤخذ منها ما يحقق المصلحة.
ইছলামী নীতি অনুসাৰে কাফিৰ কয়েদীসকলৰ লগত ব্যৱহাৰৰ চাৰিটা বিকল্প আছেঃ ক) মানৱতাৰ ভিত্তিত বিনিময় নোলোৱাকৈ এৰি দিয়া। খ) অৰ্থদণ্ড গ্ৰহণ কৰি এৰি দিয়া। গ) হত্যা কৰা। ঘ) দাস বনাই লোৱা। এই চাৰিওটা নীতি পৰিস্থিতি সাপেক্ষে ইছলামৰ হিত অনুযায়ী অৱলম্বন কৰা হ’ব। info

• عظم فضل الشهادة في سبيل الله.
আল্লাহৰ পথত শ্বহীদ হোৱাৰ গুৰুত্ব। info

• نصر الله للمؤمنين مشروط بنصرهم لدينه.
মুমিনসকলে আল্লাহৰ সহায় সেই সময়তেই লাভ কৰিব, যেতিয়া তেওঁলোকে আল্লাহৰ দ্বীনৰ সহায় কৰিব। info