የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
24 : 45

وَقَالُوْا مَا هِیَ اِلَّا حَیَاتُنَا الدُّنْیَا نَمُوْتُ وَنَحْیَا وَمَا یُهْلِكُنَاۤ اِلَّا الدَّهْرُ ۚ— وَمَا لَهُمْ بِذٰلِكَ مِنْ عِلْمٍ ۚ— اِنْ هُمْ اِلَّا یَظُنُّوْنَ ۟

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা লোকসকলে কয়ঃ “আমাৰ পাৰ্থিৱ জীৱনেই একমাত্ৰ জীৱন। ইয়াৰ পিছত আন কোনো জীৱন নাই। এটা প্ৰজন্মৰ মৃত্যুৰ পিছত, সেইটো প্ৰজন্ম কেতিয়াও ঘূৰি নাহে, তাৰ পিছত দ্বিতীয় প্ৰজন্ম আহে। লগতে কালচক্ৰৰ ফলতেই আমাৰ মৃত্যু ঘটে”। অথচ আখিৰাতৰ জীৱনক অস্বীকাৰ কৰাৰ সপক্ষে সিহঁতৰ ওচৰত কোনো সঠিক জ্ঞান নাই। সিহঁতে কেৱল ধাৰণাহে কৰে। এই কথা নিশ্চিত যে, ধাৰণাই কেতিয়াও সত্যৰ স্থান ল’ব নোৱাৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• اتباع الهوى يهلك صاحبه، ويحجب عنه أسباب التوفيق.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক ধ্বংস কৰে, লগতে হিদায়তৰ পথৰ পৰা মানুহক বঞ্চিত কৰে। info

• هول يوم القيامة.
কিয়ামতৰ ভয়াৱহতা। info

• الظن لا يغني من الحق شيئًا، خاصةً في مجال الاعتقاد.
অনুমানে কেতিয়াও সত্যৰ স্থান লব নোৱাৰে, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত। info