የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
31 : 44

مِنْ فِرْعَوْنَ ؕ— اِنَّهٗ كَانَ عَالِیًا مِّنَ الْمُسْرِفِیْنَ ۟

আমি সিহঁতক ফিৰআউনৰ শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। নিশ্চয় ফিৰআউন আছিল এজন অহংকাৰী তথা আল্লাহৰ দ্বীন উলংঘাকাৰী ব্যক্তি। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب لجوء المؤمن إلى ربه أن يحفظه من كيد عدوّه.
মুমিন ব্যক্তিয়ে শত্ৰুৰ চক্ৰান্তৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰা জৰুৰী। info

• مشروعية الدعاء على الكفار عندما لا يستجيبون للدعوة، وعندما يحاربون أهلها.
যদি কাফিৰ ব্যক্তিয়ে ইছলামৰ দাৱাত গ্ৰহণ নকৰে তথা ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰে তেন্তে সেইসকল কাফিৰৰ বিৰুদ্ধে বদ্দুআ কৰা বৈধ। info

• الكون لا يحزن لموت الكافر لهوانه على الله.
কাফিৰৰ মৃত্যুত বিশ্বজগতে কেতিয়াও শোক প্ৰকাশ নকৰে, কিয়নো আল্লাহৰ দৃষ্টিত সিহঁতৰ কোনো মূল্য নাই। info

• خلق السماوات والأرض لحكمة بالغة يجهلها الملحدون.
আকাশমণ্ডল আৰু পৃথিৱীক হিকমত সহকাৰে সৃষ্টি কৰা হৈছে। আল্লাহক অস্বীকাৰ কৰা লোকসকলে এই বিষয়টো নাজানে। info