የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
60 : 43

وَلَوْ نَشَآءُ لَجَعَلْنَا مِنْكُمْ مَّلٰٓىِٕكَةً فِی الْاَرْضِ یَخْلُفُوْنَ ۟

হে আদম সন্তান! আমি তোমালোকক ধ্বংস কৰিব বিচাৰিলে নিশ্চয় ধ্বংস কৰিব পাৰিম। আৰু তোমালোকৰ পৰিবৰ্তে ফিৰিস্তাসকলক আনি পৃথিৱীত তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰোঁ। তেওঁলোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰিব, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• نَكْث العهود من صفات الكفار.
অঙ্গীকাৰ ভংগ কৰাটো হৈছে কাফিৰসকলৰ চৰিত্ৰ। info

• الفاسق خفيف العقل يستخفّه من أراد استخفافه.
পাপিষ্ঠ ব্যক্তিৰ বুদ্ধি কম। যিকোনো ব্যক্তিয়ে তাক বুৰ্বক সজাব পাৰে। info

• غضب الله يوجب الخسران.
আল্লাহ ক্ৰোধান্বিত হ’লে ক্ষতি অনিবাৰ্য। info

• أهل الضلال يسعون إلى تحريف دلالات النص القرآني حسب أهوائهم.
পথভ্ৰষ্টসকলে নিজৰ ইচ্ছা অনুসাৰে কোৰআনৰ অপব্যাখ্যা কৰাৰ প্ৰয়াস কৰে। info