የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
49 : 43

وَقَالُوْا یٰۤاَیُّهَ السّٰحِرُ ادْعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِنْدَكَ ۚ— اِنَّنَا لَمُهْتَدُوْنَ ۟

এতেকে যেতিয়া সিহঁত কিছুমান শাস্তিৰ সন্মুখীন হ’ল, তেতিয়া সিহঁতে মুছা আলাইহিচ্ছালামক উদ্দেশ্যি ক’লেঃ হে যাদুকৰ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা, যিহেতু তেওঁ প্ৰতিশ্ৰুতি দিছে যে, আমি ঈমান আনিলে তেওঁ আমাৰ পৰা এই শাস্তি উঠাই লব। গতিকে তেওঁ যদি এই শাস্তি উঠাই লয় তেন্তে আমি তেওঁৰ প্ৰতি ঈমান আনিম। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• نَكْث العهود من صفات الكفار.
অঙ্গীকাৰ ভংগ কৰাটো হৈছে কাফিৰসকলৰ চৰিত্ৰ। info

• الفاسق خفيف العقل يستخفّه من أراد استخفافه.
পাপিষ্ঠ ব্যক্তিৰ বুদ্ধি কম। যিকোনো ব্যক্তিয়ে তাক বুৰ্বক সজাব পাৰে। info

• غضب الله يوجب الخسران.
আল্লাহ ক্ৰোধান্বিত হ’লে ক্ষতি অনিবাৰ্য। info

• أهل الضلال يسعون إلى تحريف دلالات النص القرآني حسب أهوائهم.
পথভ্ৰষ্টসকলে নিজৰ ইচ্ছা অনুসাৰে কোৰআনৰ অপব্যাখ্যা কৰাৰ প্ৰয়াস কৰে। info