የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
48 : 43

وَمَا نُرِیْهِمْ مِّنْ اٰیَةٍ اِلَّا هِیَ اَكْبَرُ مِنْ اُخْتِهَا ؗ— وَاَخَذْنٰهُمْ بِالْعَذَابِ لَعَلَّهُمْ یَرْجِعُوْنَ ۟

আমি মুছা আলাইহিচ্ছালামৰ চৰীয়তৰ সত্যতা প্ৰমাণ কৰিবলৈ ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ প্ৰমুখসকলক যিবোৰ নিদৰ্শন দেখুৱাইছিলোঁ, সেইবোৰৰ প্ৰত্যেকটো নিদৰ্শন পূৰ্বৱৰ্তী নিদৰ্শনতকৈ ডাঙৰ আছিল। আমি সিহঁতক পৃথিৱীতেই শাস্তি বিহিছিলোঁ, যাতে সিহঁতে কুফৰীৰ পৰা বিৰত থাকে। কিন্তু ইয়াৰ কোনো সুফল নাছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• نَكْث العهود من صفات الكفار.
অঙ্গীকাৰ ভংগ কৰাটো হৈছে কাফিৰসকলৰ চৰিত্ৰ। info

• الفاسق خفيف العقل يستخفّه من أراد استخفافه.
পাপিষ্ঠ ব্যক্তিৰ বুদ্ধি কম। যিকোনো ব্যক্তিয়ে তাক বুৰ্বক সজাব পাৰে। info

• غضب الله يوجب الخسران.
আল্লাহ ক্ৰোধান্বিত হ’লে ক্ষতি অনিবাৰ্য। info

• أهل الضلال يسعون إلى تحريف دلالات النص القرآني حسب أهوائهم.
পথভ্ৰষ্টসকলে নিজৰ ইচ্ছা অনুসাৰে কোৰআনৰ অপব্যাখ্যা কৰাৰ প্ৰয়াস কৰে। info