የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
40 : 43

اَفَاَنْتَ تُسْمِعُ الصُّمَّ اَوْ تَهْدِی الْعُمْیَ وَمَنْ كَانَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟

নিশ্চয় ইহঁত হৈছে বধিৰ, সত্য শুনা নাপায় তথা সত্যক দেখাও নাপায়। এতেকে হে ৰাছুল! আপুনি বধিৰক শুনাব পাৰিবনে? অথবা অন্ধক পথ দেখাব পাৰিবনে? নাইবা স্পষ্ট পথভ্ৰষ্ট ব্যক্তিক সঠিক পথৰ হিদায়ত দিব পাৰিবনে?! info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خطر الإعراض عن القرآن.
কোৰআনৰ পৰা বিমুখ হোৱাৰ ক্ষতি। info

• القرآن شرف لرسول الله صلى الله عليه وسلم ولأمته.
কোৰআন হৈছে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ উম্মতৰ বাবে সন্মান। info

• اتفاق الرسالات كلها على نبذ الشرك.
সকলো নবীয়েই মানুহক শ্বিৰ্কৰ পৰা বিৰত থকাৰ আহ্বান কৰিছিল। info

• السخرية من الحق صفة من صفات الكفر.
সত্যক উপহাস কৰা কাফিৰসকলৰ অন্যতম এটা বিশেষণ। info