የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
33 : 43

وَلَوْلَاۤ اَنْ یَّكُوْنَ النَّاسُ اُمَّةً وَّاحِدَةً لَّجَعَلْنَا لِمَنْ یَّكْفُرُ بِالرَّحْمٰنِ لِبُیُوْتِهِمْ سُقُفًا مِّنْ فِضَّةٍ وَّمَعَارِجَ عَلَیْهَا یَظْهَرُوْنَ ۟ۙ

যদি কুফৰীৰ প্ৰতি ঢাপলি মেলাৰ সম্ভাৱনা নাথাকিলহেঁতেন তেন্তে আমি আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলৰ ঘৰৰ চাদবোৰ ৰূপেৰে নিৰ্মিত কৰি দিলোহেঁতেন। তথা সিহঁতৰ বাবে চিৰিৰ ব্যৱস্থা কৰিলোহেঁতেন, যাৰ সহায়ত সিহঁতে আৰোহণ কৰিলেহেঁতেন। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التقليد من أسباب ضلال الأمم السابقة.
পুৰ্বৱৰ্তী উম্মতসমূহ পথভ্ৰষ্ট হোৱাৰ অন্যতম এটা কাৰণ হৈছে অন্ধানুকৰণ। info

• البراءة من الكفر والكافرين لازمة.
কুফৰ আৰু কাফিৰসকলৰ পৰা সম্পৰ্কচ্ছেদ ঘোষণা কৰা আৱশ্যক। info

• تقسيم الأرزاق خاضع لحكمة الله.
জীৱিকাৰ ভাগ-বতৰা আল্লাহৰ হিকমতৰ অধীনত কৰা হৈছে। info

• حقارة الدنيا عند الله، فلو كانت تزن عنده جناح بعوضة ما سقى منها كافرًا شربة ماء.
আল্লাহৰ দৃষ্টিত পৃথিৱী হৈছে একেবাৰে মূল্যহীন। যদি ইয়াৰ মূল্য মহৰ এটি পাখিৰ সমানো হ’লহেঁতেন তেন্তে কাফিৰসকলক এটোপাল পানীও খাবলৈ নিদিলেহেঁতেন। info