የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
28 : 43

وَجَعَلَهَا كَلِمَةً بَاقِیَةً فِیْ عَقِبِهٖ لَعَلَّهُمْ یَرْجِعُوْنَ ۟

ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ বংশধৰসকলৰ মাজত কলিমা লা ইলা-হা ইল্লাল্লাহক চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছিল। সেইকাৰণেই তেওঁলোকৰ মাজত সদায় এনেকুৱা লোকৰ উপস্থিতি আছিল, যিয়ে আল্লাহক একক বুলি স্বীকাৰ কৰিছিল আৰু তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰা নাছিল। যাতে তেওঁলোকে শ্বিৰ্ক তথা পাপকৰ্মৰ পৰা তাওবা কৰি আল্লাহৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التقليد من أسباب ضلال الأمم السابقة.
পুৰ্বৱৰ্তী উম্মতসমূহ পথভ্ৰষ্ট হোৱাৰ অন্যতম এটা কাৰণ হৈছে অন্ধানুকৰণ। info

• البراءة من الكفر والكافرين لازمة.
কুফৰ আৰু কাফিৰসকলৰ পৰা সম্পৰ্কচ্ছেদ ঘোষণা কৰা আৱশ্যক। info

• تقسيم الأرزاق خاضع لحكمة الله.
জীৱিকাৰ ভাগ-বতৰা আল্লাহৰ হিকমতৰ অধীনত কৰা হৈছে। info

• حقارة الدنيا عند الله، فلو كانت تزن عنده جناح بعوضة ما سقى منها كافرًا شربة ماء.
আল্লাহৰ দৃষ্টিত পৃথিৱী হৈছে একেবাৰে মূল্যহীন। যদি ইয়াৰ মূল্য মহৰ এটি পাখিৰ সমানো হ’লহেঁতেন তেন্তে কাফিৰসকলক এটোপাল পানীও খাবলৈ নিদিলেহেঁতেন। info