የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
30 : 42

وَمَاۤ اَصَابَكُمْ مِّنْ مُّصِیْبَةٍ فَبِمَا كَسَبَتْ اَیْدِیْكُمْ وَیَعْفُوْا عَنْ كَثِیْرٍ ۟ؕ

হে মানৱজাতি! তোমালোকক যি বিপদ-আপদেই স্পৰ্শ নকৰক কিয়, তোমালোকৰ ধন-সম্পদৰ বিনাশ হওক অথবা প্ৰাণৰ ক্ষয়-ক্ষতি, সেইবোৰ তোমালোকৰ গুনাহৰ কাৰণেই হয়। আনহাতে আল্লাহে তোমালোকৰ বহুতো গুনাহক ক্ষমা কৰি দিয়ে। সেইবোৰক কেন্দ্ৰ কৰি তোমালোকক জবাবদিহি নকৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الداعي إلى الله لا يبتغي الأجر عند الناس.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে কেতিয়াও মানুহৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰে। info

• التوسيع في الرزق والتضييق فيه خاضع لحكمة إلهية قد تخفى على كثير من الناس.
জীৱিকাত প্ৰশস্ততা আৰু সংকীৰ্ণতা আল্লাহৰ হিকমত অনুযায়ী হৈ থাকে। এইটো যে এটা ৰহস্য এই সম্পৰ্কে অধিকাংশ লোকেই নাজানে। info

• الذنوب والمعاصي من أسباب المصائب.
গুনাহ তথা পাপকৰ্মই বিপদ-আপদ মাতি আনে। info