የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
3 : 41

كِتٰبٌ فُصِّلَتْ اٰیٰتُهٗ قُرْاٰنًا عَرَبِیًّا لِّقَوْمٍ یَّعْلَمُوْنَ ۟ۙ

এইখন এনেকুৱা এখন গ্ৰন্থ, যাৰ আয়াতসমূহ পৰিপূৰ্ণৰূপে বিতংভাৱে আলোচনা কৰা হৈছে। এইখনক জ্ঞানী লোকসকলৰ বাবে আৰবী কোৰআনৰূপে প্ৰস্তুত কৰা হৈছে। কিয়নো তেওঁলোকেই ইয়াৰ ভাৱাৰ্থৰ দ্বাৰা আৰু সত্যৰ পিনে দেখুৱাই দিয়া হিদায়তৰ পৰা উপকৃত হয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تعطيل الكافرين لوسائل الهداية عندهم يعني بقاءهم على الكفر.
কাফিৰসকলে হিদায়তৰ মাধ্যমবোৰৰ দ্বাৰা উপকৃত নহয়, অৰ্থাৎ কুফৰৰ ওপৰত অৱস্থান কৰাকে সিহঁতে পছন্দ কৰে। info

• بيان منزلة الزكاة، وأنها ركن من أركان الإسلام.
যাকাতৰ গুৰুত্বৰ বৰ্ণনা, ই ইছলামৰ এটা অন্যতম স্তম্ভ। info

• استسلام الكون لله وانقياده لأمره سبحانه بكل ما فيه.
গোটেই বিশ্বজগত আল্লাহৰ আনুগত্যশীল, আৰু ইয়াত থকা সকলোৱে তেওঁৰ আদেশ মানিবলৈ বাধ্য। info