የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
24 : 41

فَاِنْ یَّصْبِرُوْا فَالنَّارُ مَثْوًی لَّهُمْ ؕ— وَاِنْ یَّسْتَعْتِبُوْا فَمَا هُمْ مِّنَ الْمُعْتَبِیْنَ ۟

যিসকলৰ বিৰুদ্ধে সিহঁতৰ চকু, কাণ আৰু ছালে সাক্ষ্য প্ৰদান কৰিছে, সিহঁতে যদি ধৈৰ্য্য ধাৰণো কৰে তথাপিও সিহঁতৰ আবাসস্থল হ’ব জাহান্নাম, য’ত সিহঁতে অৱস্থান কৰিব। আনহাতে যদি সিহঁতে শাস্তি উঠাই লবলৈ প্ৰাৰ্থনা কৰে আৰু আল্লাহক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰে, তথাপিও সিহঁতে তেওঁক সন্তুষ্ট কৰিব নোৱাৰিব আৰু কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سوء الظن بالله صفة من صفات الكفار.
আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাটো হৈছে কাফিৰসকলৰ এটা বৈশিষ্ট্য। info

• الكفر والمعاصي سبب تسليط الشياطين على الإنسان.
কুফৰী আৰু পাপকৰ্মৰ কাৰণে মানুহৰ ওপৰত চয়তানে প্ৰভাৱ বিস্তাৰ কৰে। info

• تمنّي الأتباع أن ينال متبوعوهم أشدّ العذاب يوم القيامة.
কিয়ামতৰ দিনা অনুসাৰীসকলে আশা কৰিব যে, সিহঁতে যিসকলক অনুসৰণ কৰিছিল সেইসকলক কঠোৰতম শাস্তি বিহা হওক। info