የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
17 : 41

وَاَمَّا ثَمُوْدُ فَهَدَیْنٰهُمْ فَاسْتَحَبُّوا الْعَمٰی عَلَی الْهُدٰی فَاَخَذَتْهُمْ صٰعِقَةُ الْعَذَابِ الْهُوْنِ بِمَا كَانُوْا یَكْسِبُوْنَ ۟ۚ

ইপিনে ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদৰ সন্মুখতো সত্য স্পষ্ট কৰি সিহঁতক হিদায়তৰ পথ দেখুৱাইছিলোঁ। কিন্তু সিহঁতে সত্যৰ হিদায়ত গ্ৰহণ কৰাৰ বিপৰীতে পথভ্ৰষ্টতাকেই প্ৰাধান্য দিলে। ফলত সিহঁতৰ কুফৰী আৰু গুনাহৰ কাৰণে লাঞ্ছনাদায়ক আকস্মিক শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে।
info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الإعراض عن الحق سبب المهالك في الدنيا والآخرة.
পৃথিৱী আৰু আখিৰাতত ধ্বংসৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে সত্যৰ পৰা বিমুখ হোৱা। info

• التكبر والاغترار بالقوة مانعان من الإذعان للحق.
অহংকাৰ আৰু ক্ষমতাৰ অপব্যৱহাৰে মানুহক সত্য স্বীকাৰ কৰাত বাধা প্ৰদান কৰে। info

• الكفار يُجْمَع لهم بين عذاب الدنيا وعذاب الآخرة.
কাফিৰসকলে পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতে শাস্তিৰ সন্মুখীন হ’ব। info

• شهادة الجوارح يوم القيامة على أصحابها.
মানৱ শৰীৰৰ অংগ-প্ৰত্যংগই কিয়ামতৰ দিনা সিহঁতৰ বিপক্ষে সাক্ষ্য প্ৰদান কৰিব। info