የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
69 : 40

اَلَمْ تَرَ اِلَی الَّذِیْنَ یُجَادِلُوْنَ فِیْۤ اٰیٰتِ اللّٰهِ ؕ— اَنّٰی یُصْرَفُوْنَ ۟ۙۛ

হে ৰাছুল! আপুনি সেইসকল লোকক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ স্পষ্ট আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰে, সিহঁতৰ অৱস্থা দেখি আপুনি নিশ্চয় আশ্চৰ্য প্ৰকাশ কৰিব, যিসকলে সত্য স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التدرج في الخلق سُنَّة إلهية يتعلم منها الناس التدرج في حياتهم.
আল্লাহে মখলুকক ধাপে ধাপে সৃষ্টি কৰিছে, যাতে মানুহে নিজৰ জীৱনত ইয়াৰ দ্বাৰা ধাপে ধাপে কাম কৰাৰ শিক্ষা লব পাৰে। info

• قبح الفرح بالباطل.
বাতিলক লৈ আনন্দিত হোৱাটো ঠিক নহয়। info

• أهمية الصبر في حياة الناس، وبخاصة الدعاة منهم.
মানৱ জীৱনত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব। বিশেষকৈ ধৰ্ম প্ৰচাৰকসকলৰ বাবে অতি জৰুৰী। info