የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
62 : 40

ذٰلِكُمُ اللّٰهُ رَبُّكُمْ خَالِقُ كُلِّ شَیْءٍ ۘ— لَاۤ اِلٰهَ اِلَّا هُوَ ؗ— فَاَنّٰی تُؤْفَكُوْنَ ۟

তেৱেঁই আল্লাহ, যিজনে তোমালোকক বিভিন্ন প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে, তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা। তেওঁৰ বাহিৰে কোনো সৃষ্টিকৰ্তা নাই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। তেন্তে তেওঁক এৰি তোমালোকে কিহৰ ভিত্তিত আনৰ উপাসনা কৰা, যিবোৰে উপকাৰ বা অপকাৰ একোৱেই কৰিব নোৱাৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• دخول الدعاء في مفهوم العبادة التي لا تصرف إلا إلى الله؛ لأن الدعاء هو عين العبادة.
দুআও এক প্ৰকাৰ ইবাদত, গতিকে আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰা বৈধ নহয়। এক কথাত দুআই হৈছে প্ৰকৃত ইবাদত। info

• نعم الله تقتضي من العباد الشكر.
আল্লাহৰ নিয়ামতসমূহৰ দাবী হৈছে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। info

• ثبوت صفة الحياة لله.
আল্লাহ যে চিৰঞ্জীৱ ইয়াৰ প্ৰমাণ। info

• أهمية الإخلاص في العمل.
কৰ্মত নিষ্ঠাৰ গুৰুত্ব। info