የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
32 : 40

وَیٰقَوْمِ اِنِّیْۤ اَخَافُ عَلَیْكُمْ یَوْمَ التَّنَادِ ۟ۙ

হে মোৰ জাতিৰ লোকসকল! মই তোমালোকৰ বিষয়ে কিয়ামত দিৱস সম্পৰ্কে ভয় কৰোঁ, যিদিনা মানুহে ইজনে সিজনক আত্মীয়তা আৰু পদমৰ্যাদাৰ আধাৰত আহ্বান কৰিব, এই আশাত যে হয়তো এই ভয়াৱহ পৰিস্থিতিত তেওঁ কিছু হ’লেও উপকাৰ কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لجوء المؤمن إلى ربه ليحميه من كيد أعدائه.
শত্ৰুৰ চক্ৰান্তৰ পৰা ৰক্ষা পাবলৈ মুমিন বান্দাই আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰে। info

• جواز كتم الإيمان للمصلحة الراجحة أو لدرء المفسدة.
কোনো গুৰুত্বপূৰ্ণ হিত ৰক্ষাৰ্থে অথবা কোনো ক্ষতিৰ পৰা বাচিবলৈ ঈমান গোপন কৰা বৈধ। info

• تقديم النصح للناس من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info