የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
31 : 40

مِثْلَ دَاْبِ قَوْمِ نُوْحٍ وَّعَادٍ وَّثَمُوْدَ وَالَّذِیْنَ مِنْ بَعْدِهِمْ ؕ— وَمَا اللّٰهُ یُرِیْدُ ظُلْمًا لِّلْعِبَادِ ۟

সেইসকল লোকৰ দৰে যিসকলে কুফৰী কৰিছিল আৰু ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ সম্প্ৰদায়, আদ আৰু ছামূদ সম্প্ৰদায়, আৰু যিসকলে সিহঁতৰ পিছত আহিছিল। আল্লাহে সিহঁতক ধ্বংস কৰিছিল কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। আল্লাহে বান্দাসকলৰ লগত অন্যায় কৰিব নিবিচাৰে। তেওঁ সিহঁতক কেৱল সিহঁতৰ গুনাহৰ কাৰণেহে উপযুক্ত শাস্তি বিহে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لجوء المؤمن إلى ربه ليحميه من كيد أعدائه.
শত্ৰুৰ চক্ৰান্তৰ পৰা ৰক্ষা পাবলৈ মুমিন বান্দাই আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰে। info

• جواز كتم الإيمان للمصلحة الراجحة أو لدرء المفسدة.
কোনো গুৰুত্বপূৰ্ণ হিত ৰক্ষাৰ্থে অথবা কোনো ক্ষতিৰ পৰা বাচিবলৈ ঈমান গোপন কৰা বৈধ। info

• تقديم النصح للناس من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info