የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
93 : 4

وَمَنْ یَّقْتُلْ مُؤْمِنًا مُّتَعَمِّدًا فَجَزَآؤُهٗ جَهَنَّمُ خَلِدًا فِیْهَا وَغَضِبَ اللّٰهُ عَلَیْهِ وَلَعَنَهٗ وَاَعَدَّ لَهٗ عَذَابًا عَظِیْمًا ۟

যিয়ে জানি বুজি কোনো মুমিন ব্যক্তিক অন্যায়ভাৱে হত্যা কৰিব, তাৰ পৰিণাম হৈছে জাহান্নাম, আৰু তাত সি চিৰকাল থাকিব। আৰু তাৰ ওপৰত থাকিব আল্লাহৰ ক্ৰোধ আৰু সি তেওঁৰ ৰহমতৰ পৰা আঁতৰ হ'ব। এই ডাঙৰ গুনাহৰ কাৰণেই আল্লাহে তাৰ বাবে মহা শাস্তি প্ৰস্তুত কৰি ৰাখিছে।
info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• جاء القرآن الكريم معظِّمًا حرمة نفس المؤمن، وناهيًا عن انتهاكها، ومرتبًا على ذلك أشد العقوبات.
কোৰআনে মুমিনৰ প্ৰাণ প্ৰতিষ্ঠাৰ সন্মান কৰে, ইয়াৰ অনিষ্টতাৰ প্ৰতিৰোধ কৰে লগতে ইয়াৰ ওপৰত কঠোৰ দণ্ড নিৰ্ধাৰিত কৰে। info

• من عقيدة أهل السُّنَّة والجماعة أن المؤمن القاتل لا يُخلَّد أبدًا في النار، وإنما يُعذَّب فيها مدة طويلة ثم يخرج منها برحمة الله تعالى.
আহলে ছুন্নত অল জামাআতৰ আক্বীদাহ এই যে, হত্যাকাৰী মুমিন কেতিয়াও জাহান্নামত চিৰস্থায়ী নহব, বৰং তাত দীৰ্ঘ সময় থকাৰ পিছত আল্লাহৰ ৰহমতত তাৰ পৰা ওলাই আহিব। info

• وجوب التثبت والتبيُّن في الجهاد، وعدم الاستعجال في الحكم على الناس حتى لا يُعتدى على البريء.
জিহাদত অনুসন্ধান কৰা জৰুৰী, আৰু কাৰো প্ৰতি খৰখেদাকৈ সিদ্ধান্ত লব নালাগে যাতে কোনো নিৰ্দোষী ব্যক্তিৰ অনিষ্ট নহয়। info