የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
22 : 4

وَلَا تَنْكِحُوْا مَا نَكَحَ اٰبَآؤُكُمْ مِّنَ النِّسَآءِ اِلَّا مَا قَدْ سَلَفَ ؕ— اِنَّهٗ كَانَ فَاحِشَةً وَّمَقْتًا ؕ— وَسَآءَ سَبِیْلًا ۟۠

আৰু সেইসকল নাৰীকো বিবাহ নকৰিবা, যাক তোমাৰ পিতৃয়ে নিকাহ কৰিছে, কিয়নো এয়া হাৰাম। আনহাতে যদি ইছলামপূৰ্বে কোনোবাই এনেকুৱা কৰ্মত লিপ্ত হৈছিল তেন্তে এই বিষয়ে তাৰ কোনো হিচাপ নহব। হাৰাম হোৱাৰ কাৰণটো হৈছে, পিতৃৰ পত্নীক পুত্ৰই বিবাহ কৰাটো এটা নিকৃষ্ট কৰ্ম। এনেকুৱা ব্যক্তিৰ ওপৰত আল্লাহৰ ক্ৰোধ অৱতীৰ্ণ হয়, এনেকুৱা পথত পৰিচালিত ব্যক্তি বৰ বেয়া পথৰ পথিক। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إذا دخل الرجل بامرأته فقد ثبت مهرها، ولا يجوز له التعدي عليه أو الطمع فيه، حتى لو أراد فراقها وطلاقها.
পতি পত্নী মিলন হোৱাৰ লগে লগে মোহৰ সুনিশ্চিত হৈ যায়। ইয়াৰ পিছত পতিৰ বাবে সেই মোহৰৰ প্ৰতি লোভ কৰা তথা তাত কোনো ধৰণৰ হ্ৰাস কৰা বৈধ নহয়, যদিও সি পৃথক হব বিচাৰে অথবা তালাক দিব বিচাৰে। info

• حرم الله تعالى نكاح زوجات الآباء؛ لأنه فاحشة تمقتها العقول الصحيحة والفطر السليمة.
আল্লাহে পিতৃৰ পত্নীসকলক বিবাহ কৰা হাৰাম কৰিছে, কিয়নো এইটো এনেকুৱা নিকৃষ্ট কাম যিটোক মানৱ বিবেকেও অপছন্দ কৰে। info

• بين الله تعالى بيانًا مفصلًا من يحل نكاحه من النساء ومن يحرم، سواء أكان بسبب النسب أو المصاهرة أو الرضاع؛ تعظيمًا لشأن الأعراض، وصيانة لها من الاعتداء.
আল্লাহে অতি স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, কোন কোন নাৰীক বিবাহ কৰা বৈধ আৰু কোন কোন নাৰীক বিবাহ কৰা হাৰাম। সেয়া বংশগত ভাৱেই হওক নাইবা শশুৰ গোষ্ঠীৰ হওক নাইবা গাখীৰ সম্পৰ্কীয় কাৰণতেই হওক। বংশৰ মহত্ব আৰু ইয়াক সুৰক্ষিত কৰিবলৈ এনেকুৱা বিধান প্ৰণয়ন কৰা হৈছে। info