የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
41 : 38

وَاذْكُرْ عَبْدَنَاۤ اَیُّوْبَ ۘ— اِذْ نَادٰی رَبَّهٗۤ اَنِّیْ مَسَّنِیَ الشَّیْطٰنُ بِنُصْبٍ وَّعَذَابٍ ۟ؕ

হে ৰাছুল! আমাৰ বান্দা আয়্যুবক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি কৈছিলঃ চয়তানে মোক দুখ-কষ্টৰ জৰিয়তে যন্ত্ৰণাত পেলাইছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الحث على تدبر القرآن.
কোৰআনৰ বাণীকলৈ গৱেষণা কৰাৰ প্ৰেৰণা। info

• في الآيات دليل على أنه بحسب سلامة القلب وفطنة الإنسان يحصل له التذكر والانتفاع بالقرآن الكريم.
উক্ত আয়াতবোৰত এই প্ৰমাণ পোৱা গ’ল যে, মানুহৰ অন্তৰ যিমানেই স্বচ্ছ হ’ব আৰু তাৰ বিবেক উজ্জ্বল হ’ব, সি কোৰআনৰ দ্বাৰা সিমানেই উপদেশ গ্ৰহণ কৰিব তথা উপকৃত হ’ব। info

• في الآيات دليل على صحة القاعدة المشهورة: «من ترك شيئًا لله عوَّضه الله خيرًا منه».
উক্ত আয়াতবোৰত এটা বিখ্যাত নিয়মৰ শুদ্ধতাৰ প্ৰমাণ পোৱা যায়, সেইটো হৈছে এই যে, “যিয়ে আল্লাহৰ উদ্দেশ্যে কোনো বস্তু পৰিত্যাগ কৰিব, আল্লাহে তাক ইয়াৰ পৰিবৰ্তে ইয়াতকৈও উত্তম বস্তু দান কৰিব”। info