የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
149 : 37

فَاسْتَفْتِهِمْ اَلِرَبِّكَ الْبَنَاتُ وَلَهُمُ الْبَنُوْنَ ۟ۙ

হে মুহাম্মদ! মুশ্বৰিকসকলৰ অভিযোগ খণ্ডন কৰিবলৈ সিহঁতক সোধক, তোমালোকে আল্লাহৰ বাবে কন্যা সন্তান সাব্যস্ত কৰা অথচ তোমালোকে নিজৰ বাবে কন্যা সন্তান অপছন্দ কৰা, এইটো কেনেকুৱা চিন্তা ধাৰা? আনহাতে নিজৰ বাবে তোমালোকে পুত্ৰ সন্তান পছন্দ কৰা। এইটো কি ধৰণৰ ভাগ-বতৰা? info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سُنَّة الله التي لا تتبدل ولا تتغير: إنجاء المؤمنين وإهلاك الكافرين.
আল্লাহৰ নিৰ্ধাৰিত নিয়মত কেতিয়াও পৰিবৰ্তন নহয়। তেওঁৰ নিৰ্ধাৰিত নিয়ম হৈছে, তেওঁ মুমিনসকলক ৰক্ষা কৰে আৰু কাফিৰসকলক ধ্বংস কৰে। info

• ضرورة العظة والاعتبار بمصير الذين كذبوا الرسل حتى لا يحل بهم ما حل بغيرهم.
সেইসকল সম্প্ৰদায়ৰ পৰিণামৰ পৰা উপদেশ গ্ৰহণ কৰা আৱশ্যক, যিসকলে ৰাছুলসকলক অস্বীকাৰ কৰিছিল। যাতে সিহঁতে যি শাস্তিৰ সন্মুখীন হৈছিল, সেই শাস্তিৰ সন্মুখীন হ'বলগীয়া নহয়। info

• جواز القُرْعة شرعًا لقوله تعالى: ﴿ فَسَاهَمَ فَكَانَ مِنَ اْلْمُدْحَضِينَ ﴾.
নাম নিৰ্বাচন কৰিবলৈ লটাৰী কৰা বৈধ। যেনে আল্লাহ তাআলাই কৈছেঃ (فَسَاهَمَ فَكَانَ مِنَ اْلْمُدْحَضِينَ.) info