የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
12 : 37

بَلْ عَجِبْتَ وَیَسْخَرُوْنَ ۪۟

বৰং হে মুহাম্মদ! আপুনি আল্লাহৰ ক্ষমতা আৰু তেওঁৰ মখলুকৰ নিয়ন্ত্ৰণকলৈ বিস্মিত, লগতে মুশ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ সম্পৰ্কে বিস্মিত। কিন্তু এই মুশ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰাৰ ক্ষেত্ৰত ইমান তললৈ নামিছে যে, সেই বিষয়ে আপুনি যি কথাকেই নকওক কিয়, সিহঁতে তাৰ উপহাস কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تزيين السماء الدنيا بالكواكب لمنافع؛ منها: تحصيل الزينة، والحفظ من الشيطان المارد.
পৃথিৱীৰ নিকটতম আকাশক কেউবাটাও কাৰণত তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰা হৈছে। যেনেঃ আকাশক শোভনীয় কৰি তোলা আৰু পাপিষ্ঠ চয়তানৰ পৰা সুৰক্ষিত কৰা। info

• إثبات الصراط؛ وهو جسر ممدود على متن جهنم يعبره أهل الجنة، وتزل به أقدام أهل النار.
পুলচিৰাতৰ প্ৰমাণ। চিৰাতৰ দ্বাৰা সেই সেতুক বুজোৱা হৈছে, যিখন জাহান্নামৰ ওপৰত স্থাপিত হ’ব। জান্নাতিসকলে সহজেই পাৰ হ’ব আৰু জাহান্নামীসকলে পিচলি পৰি যাব। info