የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
107 : 37

وَفَدَیْنٰهُ بِذِبْحٍ عَظِیْمٍ ۟

আমি ইছমাঈল আলাইহিচ্ছালামক এটা ডাঙৰ দুম্বাৰ কুৰবানীৰ বিনিময়ত মুক্ত কৰিছিলোঁ, যিটোক তেওঁৰ পৰিবৰ্তে কুৰবানী কৰা হৈছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• قوله: ﴿فَلَمَّآ أَسْلَمَا﴾ دليل على أن إبراهيم وإسماعيل عليهما السلام كانا في غاية التسليم لأمر الله تعالى.
আল্লাহ তাআলাৰ এই বাণীয়ে (فَلَمَّآ أَسْلَمَا) প্ৰমাণ কৰে যে, ইব্ৰাহীম আৰু ইছমাঈল আলাইহিমাচ্ছালাম উভয়েই আল্লাহৰ আদেশত শিৰ নত কৰিছিল। info

• من مقاصد الشرع تحرير العباد من عبودية البشر.
চৰীয়তৰ উদ্দেশ্যসমূহৰ পৰা এটা মহৎ উদ্দেশ্য হৈছে, তেওঁৰ বান্দাসকলক মানুহৰ দাসত্বৰ পৰা উলিয়াই অনা। info

• الثناء الحسن والذكر الطيب من النعيم المعجل في الدنيا.
প্ৰশংসা আৰু ভাল চৰ্চা সেইবোৰ নিয়ামতৰ অন্তৰ্ভুক্ত, যিবোৰ বান্দাই পৃথিৱীত লাভ কৰে। info