የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
9 : 36

وَجَعَلْنَا مِنْ بَیْنِ اَیْدِیْهِمْ سَدًّا وَّمِنْ خَلْفِهِمْ سَدًّا فَاَغْشَیْنٰهُمْ فَهُمْ لَا یُبْصِرُوْنَ ۟

আমি সিহঁতক সত্যৰ পৰা ৰোধ কৰিবলৈ সিহঁতৰ আগফালে আৰু পিছফালে প্ৰতিৰোধক নিৰ্মাণ কৰিছোঁ। লগতে আমি সিহঁতক সত্যৰ পৰা ৰোধ কৰিবলৈ সিহঁতৰ চকুত ৰাখি দিছোঁ আৱৰণ। গতিকে সিহঁতে সত্যৰ দ্বাৰা উপকৃত হোৱাৰ নিমিত্তে দেখিব নোৱাৰে। সিহঁতৰ এই অৱস্থা তেতিয়া উৎপন্ন হৈছে, যেতিয়া সিহঁতৰ স্বৈৰাচাৰী স্বভাৱ প্ৰকাশ পাইছে তথা কুফৰীৰ ওপৰত অটল থকাৰ জিদ প্ৰকাশ পাইছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• العناد مانع من الهداية إلى الحق.
বিদ্বেষে মানুহৰ পৰা সত্যক স্বীকাৰ কৰাৰ শক্তি কাঢ়ি নিয়ে। info

• العمل بالقرآن وخشية الله من أسباب دخول الجنة.
কোৰআন অনুসাৰে আমল কৰা আৰু মনত আল্লাহৰ ভয় পোষণ কৰা, এইবোৰ হৈছে জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। info

• فضل الولد الصالح والصدقة الجارية وما شابههما على العبد المؤمن.
নেক সন্তান, চাদক্বাহ জাৰিয়া আৰু এনেকুৱা আন আন নেক কৰ্মবোৰ মুমিন বান্দাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। info