የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
69 : 36

وَمَا عَلَّمْنٰهُ الشِّعْرَ وَمَا یَنْۢبَغِیْ لَهٗ ؕ— اِنْ هُوَ اِلَّا ذِكْرٌ وَّقُرْاٰنٌ مُّبِیْنٌ ۟ۙ

আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কবিতা শিকোৱা নাই, আৰু তেওঁৰ বাবে এয়া উচিতো নহয়। কিয়নো তেওঁৰ স্বভাৱে এইটো কেতিয়াও দাবী নকৰে। এতেকে কিহৰ ভিত্তিত তোমালোকৰ এই দাবী সঁচা হ’ব পাৰে যে, তেওঁ এজন কবি? আমি তেওঁক যি শিকাইছোঁ সেইখন হৈছে উপদেশবাণী, তথা চিন্তা-চৰ্চা কৰা লোকসকলৰ বাবে স্পষ্ট কোৰআন। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• في يوم القيامة يتجلى لأهل الإيمان من رحمة ربهم ما لا يخطر على بالهم.
কিয়ামতৰ দিনা মুমিনসকলৰ বাবে আল্লাহৰ এনেকুৱা এনেকুৱা ৰহমত প্ৰকাশ পাব, যিবোৰ তেওঁলোকে কেতিয়াও ভৱাই নাছিল। info

• أهل الجنة مسرورون بكل ما تهواه النفوس وتلذه العيون ويتمناه المتمنون.
জান্নাতীসকলে নিজৰ মন পছন্দৰ বস্তুবোৰ পাই বহুত আনন্দিত হ’ব। যিবোৰ অত্যন্ত মনোমোহা, তথা সেইবোৰ হৈছে আশা কৰা ব্যক্তিসকলৰ চাহিদাৰ বস্তু। info

• ذو القلب هو الذي يزكو بالقرآن، ويزداد من العلم منه والعمل.
প্ৰকৃত বিবেকৱান হৈছে সেই ব্যক্তি, যিয়ে কোৰআনৰ দ্বাৰা নিজকে পৰিশুদ্ধ কৰে। লগতে ইয়াৰ দ্বাৰা জ্ঞান বৃদ্ধি কৰে আৰু সেইমতে আমল কৰে। info

• أعضاء الإنسان تشهد عليه يوم القيامة.
কিয়ামতৰ দিনা মানুহৰ অংগ প্ৰত্যংগই মানুহৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব। info